ভিজুৱেলএডিটৰ - অসমীয়া ৱিকিপিডিয়া
সমললৈ যাওক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমীয়া ৱিকিপিডিয়াত ভিজুৱেল এডিটৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবৰ বাবে,
ৱিকিপিডিয়া:ভিজুৱেল এডিটৰ
চাওক।
ভিজুৱেলএডিটৰ
ভিজুৱেলএডিটৰৰ পাঠ্য সজ্জাৰ মেনু
বিকাশক
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
আৰু
ফেনডম ইনক
লিখা হৈছে
জাভা
নোড
পিএইচপি
অপাৰেটিং চিষ্টেম
ক্ৰ'চ-প্লেটফৰ্ম
প্লেটফৰ্ম
মিডিয়াৱিকি
ছফ্টৱেৰ এক্সটেনশ্যন
প্ৰকাৰ
ৱিকি
অনুজ্ঞাপত্ৰ
এমআইটি লাইচেন্স
ৱেবছাইট
www
.mediawiki
.org
/wiki
/VisualEditor
ভিজুৱেলএডিটৰ
ইংৰাজী
VisualEditor
) বা চমুকৈ
ভি ই
হৈছে মিডিয়াৱিকিৰ এক অনলাইন উচ্চ-পাঠ্য (ৰিচ্চ-টেক্স) এডিটৰ। ই এগৰাকী ব্যৱহাৰকাৰীক WYSIWYG (হোৱাট য়ু ছি ইজ হোৱাট য়ু গেট অৰ্থাৎ যি দেখিবা তাকেই পাবা) নীতিৰ আধাৰত পৃষ্ঠাসমূহৰ সম্পাদনা কৰোঁতে এক পোনপটীয়া ৰূপ দেখা পোৱাৰ সুবিধা প্ৰদান কৰে। ৱিকিয়াৰ সহযোগত
ৱিকিমিডিয়া ফাউণ্ডেশ্যনে
এই মিডিয়াৱিকি এক্সটেনশ্যনটোৰ বিকাশ ঘটায়।
২০১৩ চনৰ জুলাই মাহত কেইবাটাও বৃহৎ ৱিকিপিডিয়া প্ৰকল্পত ইয়াক মূলীভূত বা ডিফ'ল্ট হিচাপে সংযোজন কৰা হয়।
ৱিকিমিডিয়া ফাউণ্ডেশ্যনে ভিজুৱেলএডিটৰক এতিয়ালৈকে সৰ্বাধিক প্ৰত্যাহ্বানযুক্ত কাৰিকৰী প্ৰকল্প বুলি অভিহিত কৰাৰ বিপৰীতে
দ্য ইকনমিষ্টে
ইয়াক
ৱিকিপিডিয়া
ৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ সালসলনি বুলি মন্তব্য কৰে।
দ্য ডেইলী ডটে মত প্ৰকাশ কৰে যে অংশগ্ৰহণৰ পৰিসৰ বৃদ্ধিৰ প্ৰতি ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অভীষ্টতাই সাম্প্ৰতিকভাৱে যুক্ত হৈ থকা সম্পাদকসকলক একাকী কৰি তোলাৰ সংশয় বিদ্যমান।
২০১৩ চনৰ ছেপ্টেম্বৰ মাহত ব্যৱহাৰকাৰীৰ অভিযোগৰ পিছত
ইংৰাজী ৱিকিপিডিয়া
ৰ ভিজুৱেলএডিটৰক
অপ্ট-আউট
অৰ্থাৎ ব্যৱহাৰ নকৰাৰ বিকল্পৰ (মূলীভূত বা
বাই ডিফল্ট
সক্ৰিয়) পৰা
অপ্ট-ইন
বা ব্যৱহাৰ কৰাৰ বিকল্পলৈ সলনি কৰা হয়।
কিন্তু ২০১৫ চনৰ অক্টোবৰ মাহত কিছু উন্নীতকৰণৰ পিছত ইয়াক কেৱল নতুনকৈ পঞ্জীয়নভুক্ত সদস্যৰ বাবে পুনৰ মূলীভূত ৰূপত উপলব্ধ কৰা হয়।
২০১৫ চনৰ এক অধ্যয়নত এই কথা প্ৰকাশ পায় যে ভিজুৱেলএডিটৰে নতুন সদস্যসকলক আকাংক্ষিত লাভালাভ প্ৰদানত ব্যৰ্থ হৈছে।
10
তথ্য উৎস
সম্পাদনা কৰক
9740d1683e9f2d66e81d8c54466b89b7ca2a0292 LICENSE.txt
Archived
2018-01-12 at the
Wayback Machine
, VisualEditor source code repository, phabricator.wikimedia.org/diffusion/
Andrew Webster (2012-06-22).
"Wikimedia releases updated prototype for simplified visual editor"
The Verge
। আহৰণ কৰা হৈছে: 2013-07-27
"Wikipedia:VisualEditor"
Wikipedia
। আহৰণ কৰা হৈছে: 15 September 2013
Emil Protalinski (2013-07-02).
"Wikimedia rolls out WYSIWYG visual editor for logged-in users accessing Wikipedia articles in English"
The Next Web
। আহৰণ কৰা হৈছে: 2013-07-06
L.M. (2011-12-13).
"Changes at Wikipedia: Seeing things"
The Economist
। আহৰণ কৰা হৈছে: 2013-07-28
Tim Sampson (2012-07-04).
"Will Wikipedia's pretty new editing software solve its recruitment crisis?"
The Daily Dot
। আহৰণ কৰা হৈছে: 2013-07-27
Andrew Orlowski (2013-09-25).
"Revolting peasants force Wikipedia to cut'n'paste Visual Editor into the bin"
The Register
Tim Sampson (2013-09-24).
"Wikipedia faces revolt over VisualEditor"
The Daily Dot
Forrester, James (2015-09-01).
"Gradual availability of VisualEditor for new users is now complete"
Wikipedia, the free encyclopedia
(in ইংৰাজী).
"VisualEditor's effect on newly registered editors/May 2015 study"
. Wikimedia FoundationWikimedia.org
। আহৰণ কৰা হৈছে: 2 August 2016
প্ৰ
ৱিকিপিডিয়া
Overview
(outline)
চেন্সৰশ্বিপ
উদ্ধৃতিৰ প্ৰয়োজন
Conflict-of-interest editing
Criticism
gender bias
ideological bias
racial bias
Deletionism and inclusionism
Ignore all rules
MediaWiki
Notability
Reliability
Vandalism
Predictions of the project's end
সম্প্ৰদায়
Administrators
AfroCrowd
Arbitration Committee
Art+Feminism
বট
Lsjbot
এডিটাথন
ৱিকিপিডিয়াসমূহৰ তালিকা
The Signpost
Wikipedian in residence
WikiConference North America
ৱিকিমেনিয়া
WikiProject
Women in Red
People
Florence Devouard
Sue Gardner
James Heilman
Katherine Maher
Magnus Manske
Erik Möller
Ira Brad Matetsky
লেৰী ছেংগাৰ
María Sefidari
লাইলা ট্ৰেটিক'ভ
জিম্মী ৱেলছ
ৱিকিপিডিয়ান
Wikimedian of the Year
History
Bomis
Logo
Controversies
U.S. Congressional staff edits
Essjay controversy
Seigenthaler biography incident
Henryk Batuta hoax
Jar'Edo Wens hoax
Internet Watch Foundation
Scientology
Italian Wikipedia blackout
English Wikipedia blackout
Hillsborough Wikipedia posts
MyWikiBiz
ভিজুৱেলএডিটৰ
#1Lib1Ref
Coverage of American politics
Response to the COVID-19 pandemic
Honors
2008 Quadriga award
Wikipedia Monument
2015 Erasmus Prize
2015 Princess of Asturias Award
References
and analysis
Cultural
Bibliography
Films
Academic studies
Listen to Wikipedia
Wiki-Watch
Wikipediocracy
WikiScanner
Wikipedia Review
Mobile access
Apps
QRpedia
Wapedia
WikiNodes
ৱিকিপিডিয়া জিৰ’
ৱিকিৱাণ্ড
Content use
Books LLC
Boundless (company)
DBpedia
Deletionpedia
Kiwix
WikiReader
Science information
Health information
Similar projects
Interpedia
নুপিডিয়া
Citizendium
Enciclopedia Libre Universal en Español
Everipedia
Veropedia
List of online encyclopedias
List of wikis
Related
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱিকিমিডিয়া আন্দোলন
The Iraq War: A Historiography of Wikipedia Changelogs
Print Wikipedia
Magna Carta (An Embroidery)
274301 Wikipedia
Viola wikipedia
দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া
তালিকা
শ্ৰেণী
"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ
ছফ্টৱেৰ
ৱিকিপিডিয়া
অদৃশ্য শ্ৰেণীসমূহ:
Webarchive template wayback links
Pages containing cite templates with deprecated parameters
CS1 ইংৰাজী-language sources (en)
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
ভিজুৱেলএডিটৰ
বিষয় যোগ কৰক