ৱিকিমিডিয়া ফাউণ্ডেশ্যন - অসমীয়া ৱিকিপিডিয়া
সমললৈ যাওক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিমিডিয়া ফাউণ্ডেশ্যন, ইন্‌ক'ৰ্প'ৰেছন
ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ল'গ'
প্ৰকাৰ
501(c)#501(c)(3)
প্ৰতিষ্ঠা
ছেইণ্ট পিটাৰ্ছবাৰ্গ, ফ্ল'ৰিডা
, আমেৰিকা যুক্তৰাষ্ট্ৰ
জুন ২০, ২০০৩
2003-06-20
স্থান
চান ফ্ৰান্সিচ্‌ক'
কেলিফ'ৰ্নিয়া
আমেৰিকা যুক্তৰাষ্ট্ৰ
লছ এঞ্জেলছ্‌
কেলিফ'ৰ্নিয়া
(পঞ্জীভূত এজেণ্ট)
মুখ্য ব্যক্তি
টিং ছেন, Chair of the Board
জিম্মী ৱেলছ
, Chairman Emeritus
চ্যু গাৰ্ডনাৰ
, কাৰ্যবাহী পৰিচালক
পৰিবেশনৰ ঠাই
বিশ্বজুৰি
লক্ষ্য
বিনামূলীয়া,
মুক্ত বিষয়বস্তু
ৱিকি
-নিৰ্ভৰ ইণ্টাৰনেট প্ৰকল্প
পদ্ধতি
ৱিকিপিডিয়া
ৱিক্সনেৰী
ৱিকিক্কোৱ'ট
ৱিকিবুক্‌ছ
ৱিকিচ'ৰ্ছ
ৱিকিমিডিয়া কমন্‌ছ
ৱিকিস্পিচিজ
ৱিকিনিউজ
ৱিকিভাৰ্চিটী
ৱিকিমিডিয়া ইনকিউবেটৰ
আৰু
মেটাৱিকি
ৰাজহ
১০,৬৩২,২৫৪
আমেৰিকান ডলাৰ
(জুলাই-ডিচেম্বৰ ২০০৯)
স্বেচ্ছাসেৱক
৩৫০,০০০ (২০০৫)
কৰ্মচাৰী
৭৫ (জুলাই ২০১১)
ৱেবচাইট
wikimediafoundation.org
ৱিকিমিডিয়াৰ ভিতৰচৰাৰ ভিডিঅ'
ৱিকিমিডিয়া ফাউণ্ডেশ্যন, ইন্‌ক'ৰ্প'ৰেছন
হৈছে এটা আমেৰিকান
অব্যৱসায়িক
দাতব্য সংস্থা
ফ্ল'ৰিডা
ৰ আইনৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয়
চান ফ্ৰান্সিচ্‌ক'
কেলিফ'ৰ্নিয়া
ত অৱস্থিত। ই কেইবাটাও অনলাইন সহযোগিতামূলক
ৱিকি
প্ৰকল্প পৰিচালনা কৰে, যেনে-
ৱিকিপিডিয়া
ৱিক্সনেৰী
ৱিকিক্কোৱ'ট
ৱিকিবুক্‌ছ
ৱিকিচ'ৰ্ছ
ৱিকিমিডিয়া কমন্‌ছ
ৱিকিস্পিচিজ
ৱিকিনিউজ
ৱিকিভাৰ্চিটী
ৱিকিমিডিয়া ইনকিউবেটৰ
মেটাৱিকি
আৰু বৰ্তমান নিষ্ক্ৰিয়
নুপিডিয়া
ৰ মালিকীস্বত্ব আছে। ইয়াৰ মুখ্য প্ৰকল্প ৱিকিপিডিয়া বিশ্বজুৰি সৰ্বোচ্চ দৰ্শিত দহটা ৱেবচাইটৰ এটা।
২০০৩ চনৰ ২০ জুনত
ৱিকিপিডিয়া
ৰ সহ-প্ৰতিষ্ঠাপক
জিম্মী ৱেল্‌ছ
এ ৱিকিমিডিয়া ফাউণ্ডেশ্যন আনুষ্ঠানিকভাৱে মুকলি ঘোষণা কৰে।
তাৰ আগতে তেওঁ "ব'মিছ" নামৰ নিজৰ প্ৰতিষ্ঠানটোৰ নামত ৱিকিপিডিয়া পৰিচালনা কৰি আছিল।
২০১৫ চনৰ তথ্য অনুসৰি এই ফাউণ্ডেশ্যনত প্ৰায় ২৫০জন লোকে কাম কৰে আৰু ইয়াৰ বাৰ্ষিক ৰাজহ ৫ কোটি আমেৰিকান ডলাৰতকৈও অধিক।
বৰ্তমান
লাইলা ট্ৰেটিক'ভ
এই ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালক আৰু পেট্ৰিচিঅ' লৰেণ্টে ব'ৰ্ডৰ অধ্যক্ষ।
উদ্দেশ্য
সম্পাদনা কৰক
ৱিকিমিডিয়া ফাউণ্ডেশ্যন এক
ৰাজহুৱা সাহায্য
হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আভ্যন্তৰীন ৰাজহ ক'ড 501(c)(3)ৰ অন্তৰ্গত। ইয়াৰ National Taxonomy of Exempt Entities (NTEE) ক'ড হৈছে C60 (প্ৰাপ্তবয়স্ক শিক্ষা, শিক্ষাৰ প্ৰসাৰ)।
10
ফাউণ্ডেশ্যনটোৰ আইনী নীতিয়ে শিক্ষামূলক বিষয়বস্তুৰ সংগ্ৰহ আৰু উন্নয়ন কৰি সেইবোৰক বিশ্বজুৰি সফলতাৰে বিয়পাই দিয়াৰ উদ্দেশ্য ঘোষণা কৰে।
11
ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ঘোষিত লক্ষ্য হৈছে
মুক্ত বিষয়বস্তু
থকা,
ৱিকি
-নিৰ্ভৰ প্ৰকল্পৰ নিৰ্মাণ আৰু সমগ্ৰ বিষয়বস্তু ৰাইজক বিনামূলীয়াকৈ বিতৰণ কৰা।
12
এয়া ফাউণ্ডেশ্যনৰ
ব্যৱহাৰিক চৰ্ত্ত
সমূহৰ বাবেই সম্ভৱপৰ হৈছে (জুন ২০০৯ত
CC-BY-SA
লাইচেঞ্চ আদৰি ল'বলৈ আপডেট আৰু অনুমোদন কৰা হয়)।
ইতিহাস আৰু বিকাশ
সম্পাদনা কৰক
Wikimedia Movement Strategic Plan
ডিচেম্বৰ ২০০৮ চনত ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক
জিম্মী ৱেলছ
Beyond the Encyclopedia: The Frontiers of Free Knowledge
- presentation by
Erik Möller
about the state of the Wikimedia Foundation's projects in 2010
২০ জুন, ২০০৩ চনত ৱিকিপিডিয়া আৰু
ন্যুপিডিয়া
ৰ পৰা ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ সৃষ্টি হয়।
13
ই ১৭ চেপ্তেম্বৰ, ২০০৪ চনত United States Patent and Trademark Officeত
ৱিকিপিডিয়া
ট্ৰেডমাৰ্ক হিছাপে ব্যৱহাৰ কৰিবলৈ আবেদন জনায়। ১০ জানুৱাৰী, ২০০৬ চনত এই চিহ্নটোৰ পঞ্জীয়ন অনুমোদিত হয়। ১৬ ডিচেম্বৰ ২০০৪ত
জাপান
ত আৰু ২০ জানুৱাৰী ২০০৫ত
ইউৰোপীয়ান ইউনিয়ন
ত ট্ৰেডমাৰ্ক সুৰক্ষা প্ৰদান কৰা হয়। কাৰিকৰীগতভাৱে চাৰ্ভিছ মাৰ্কটোৰ পৰিসীমাৰ ভিতৰত আছে: "
ইণ্টাৰনেট
ৰ জৰিয়তে সাধাৰণ বিশ্বকোষীয় জ্ঞানৰ ক্ষেত্ৰত তথ্যৰ ব্যৱস্থা" (Provision of information in the field of general encyclopedic knowledge via the Internet।
উদ্ধৃতিৰ প্ৰয়োজন
গ্ৰন্থ আৰু ডি.ভি.ডি.ৰ দৰে আন কিছু সামগ্ৰীৰ বাবেও ৱিকিপিডিয়া ট্ৰেডমাৰ্ক ব্যৱহাৰৰ পৰিকল্পনা আছে।
14
"ৱিকিমিডিয়া" নামটো আমেৰিকান লেখক শ্বেল‌ডন ৰেম্পটনে ২০০৩ চনৰ মাৰ্চত ইংৰাজী মেইলিং তালিকালৈ লিখোঁতে
উদ্ভাৱন
কৰে।
15
ফাউণ্ডেশ্যনৰ ঘোষণাৰ লগে লগে ৱিকিপিডিয়া, ৱিক্স্যনেৰী আৰু ন্যুপিডিয়াৰ সকলো
ড'মেইন নাম
ৰ লগতে ব'মিছ বা ৱেল‌ছে নিজেই তৈয়াৰ কৰা এই প্ৰকল্পবোৰত জড়িত সকলো সামগ্ৰীৰ অনুজ্ঞাপত্ৰ ৱিকিমিডিয়ালৈ স্থানান্তৰ কৰা হয়। ৱিকিমিডিয়া প্ৰকল্পৰ বাবে ব্যৱহৃত কম্পিউটাৰ সঁজুলিসমূহো ৱেল্‌ছে ফাউণ্ডেশ্যনলৈ দান কৰে। ফাউণ্ডেশ্যনে "wikimedia.org" আৰু "wikimediafoundation.org" ড'মেইন নাম লাভ কৰে।
২০০৫ চনৰ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ Internal Revenue Serviceএ "প্ৰাপ্তবয়স্ক শিক্ষা, শিক্ষাৰ প্ৰসাৰ" শ্ৰেণীত শৈক্ষিক ফাউণ্ডেশ্যন হিছাপে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অনুমোদন জনায়, আৰু ইয়ালৈ প্ৰদান কৰা সাহায্য আমেৰিকাত উপাৰ্জন কৰ-মুক্ত হোৱাৰ পথ সূচল হয়।
২০০৬ চনৰ ১১ ডিচেম্বৰত ৱিকিমিডিয়া ফাউণ্ডেশ্যন ব'ৰ্ডে লক্ষ্য কৰে যে ফ্ল'ৰিডাৰ আইন পঞ্জীয়নৰ নীতি পালন কৰিব নোৱাৰাৰ ফলত প্ৰতিষ্ঠানটো পূৰ্বে পৰিকল্পনা কৰাৰ দৰে সহযোগিতামূলক প্ৰতিষ্ঠান হ'ব নোৱাৰিলে। তাৰপিছত ব'ৰ্ডে সদস্যতাৰ সকলো অধিকাৰ আৰু কাৰ্যৰ প্ৰসংগ আঁতৰাবলৈ নিয়মৰ সালসলনি কৰে।
16
২০০৭ চনৰ ২৫ চেপ্তেম্বৰত প্ৰতিষ্ঠানৰ সকলো কাৰ্যকলাপ
চান ফ্ৰান্সিচ্‌ক' উপকূল অঞ্চল
লৈ স্থানান্তৰ কৰাৰ অৰ্থে ব'ৰ্ডে জাননী জাৰি কৰে। ইয়াৰ কাৰণ আছিল একে ভাৱসম্পন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সম্ভাব্য সহযোগীৰ নিকট অৱস্থিতি, আৰু ছেইণ্ট পিটাৰ্ছবাৰ্গতকৈ অধিক সুলভ বা সূচল আন্তঃৰাষ্ট্ৰীয় যাতায়তৰ ব্যৱস্থা।
17
18
19
২০১০ চনৰ ১৬ এপ্ৰিলত কোনো ৱিকিমিডিয়াৰ প্ৰকল্পত এশকোটিতম সম্পাদনা কৰা হয়।
20
ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ভগ্নী প্ৰকল্পসমূহ
সম্পাদনা কৰক
ৱিকিপিডিয়া
ৱিকিউৎস
ৱিকিউদ্ধৃতি
ৱিকি অভিধান
ৱিকিগ্ৰন্থ
ৱিকি ভ্ৰমণ
ৱিকিবাতৰি
ৱিকিমিডিয়া কমন্স
মিডিয়াৱিকি
মেটা-ৱিকি
ৱিকিপ্ৰজাতি
ৱিকিফলন
ৱাকিডাটা
ৱিকিভাৰ্চিটী
তথ্যসূত্ৰ
সম্পাদনা কৰক
Cbrown1023
"Board of Trustees"
. Wikimedia Foundation. Archived from
the original
on 2008-01-17
। আহৰণ কৰা হৈছে: 2008-01-19
"2009 Mid Year Financials"
(PDF)
। আহৰণ কৰা হৈছে: 2011-12-05
ফৰাছী
Open for business (2007), Jaap Bloem & Menno van Doorn (trad. Audrey Vuillermier), éd. VINT, 2007 (
ISBN 978-90-75414-20-2
), p. 93.
No official number available since 2006
Archived
2013-12-10 at the
Wayback Machine
"Staff Page (Homepage from Wikimeda)"
. Wikimedia Foundation
। আহৰণ কৰা হৈছে: 2011-02-07
"Top 500"
Alexa
. Archived from
the original
on 2008-12-24
। আহৰণ কৰা হৈছে: 2007-12-04
Neate, Rupert (2008-10-07).
"Wikipedia founder Jimmy Wales goes bananas"
The Daily Telegraph
। আহৰণ কৰা হৈছে: 2009-10-25
. "The encyclopedia's huge fan base became such a drain on Bomis's resources that Mr Wales, and co-founder Larry Sanger, thought of a radical new funding model – charity."
Wales, Jimmy
(2003-06-20).
"Wikipedia English mailing list message"
উদ্ধৃতি ত্ৰুটি: অবৈধ

টেগ;
2013-2014
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
"NTEE Classification System"
. Archived from
the original
on 2008-02-02
। আহৰণ কৰা হৈছে: 2008-01-28
"NCCS definition for Adult Education"
. Archived from
the original
on 2007-12-26
। আহৰণ কৰা হৈছে: 2008-01-28
Jd
"Wikimedia Foundation bylaws"
. Wikimedia Foundation. Archived from
the original
on 2008-01-23
। আহৰণ কৰা হৈছে: 2008-01-28
Devouard, Florence
"Mission statement"
. Wikimedia Foundation. Archived from
the original
on 2008-01-17
। আহৰণ কৰা হৈছে: 2008-01-28
Jimmy Wales
: "
Announcing Wikimedia Foundation
", June 20, 2003,
Nair, Vipin (December 5, 2005).
"Growing on volunteer power"
. Business Line
। আহৰণ কৰা হৈছে: 2008-12-26
Rampton, Sheldon
(2003-03-16).
"Wikipedia English mailing list message"
Bylaws revision
Carlos Moncada (2007-09-25).
"Wikimedia Foundation Moving To Another Bay Area"
The Tampa Tribune
Richard Mullins (2007-09-26).
"Online Encyclopedia To Leave St. Petersburg For San Francisco"
The Tampa Tribune
. Archived from
the original
on 2007-12-28
। আহৰণ কৰা হৈছে: 2011-12-31
Kim, Ryan (2007-10-10).
"Wikipedia team plans move to San Francisco"
San Francisco Chronicle
. Archived from
the original
on 2007-10-11
। আহৰণ কৰা হৈছে: 2011-12-31
"Twitter"
. Twitter
। আহৰণ কৰা হৈছে: 2011-12-05
বহিঃসংযোগ
সম্পাদনা কৰক
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৰ বিষয়ে ৱিকিপিডিয়াৰ
ভগ্নী প্ৰকল্পত
অধিক জানক:
সংজ্ঞা আৰু অনুবাদ
ৱিক্স্যনেৰীৰ পৰা
চিত্ৰ আৰু মিডিয়া
কমন্‌ছৰ পৰা
শৈক্ষিক সমল
ৱিকিভাৰ্চিটীৰ পৰা
নতুন খবৰ
ৱিকিনিউজৰ পৰা
উক্তি
ৱিকিকোৱ'টৰ পৰা
উত্‍স পাঠ্য
ৱিকিচ'ৰ্ছৰ পৰা
পাঠ্যপুথি
ৱিকিবুক্‌ছৰ পৰা
অ'ফিচিয়েল ৱেবচাইট
ৱিকিমিডিয়া ব্ল'গ
Wikimedia on freenode
, irc.freenode.net
ৱিকিমিডিয়া ফাউণ্ডেশ্যন মেইলিং তালিকা আৰ্কাইভ
নথিপত্ৰ (সংবাদ, পৰিকল্পনা আদি)
সম্পাদনা কৰক
Wikimedia Foundation 2010-11 Annual Plan
(২৯ জুন, ২০১০ত প্ৰকাশিত)
Wikimedia Foundation's financial report
Archived
2009-03-05 at the
Wayback Machine
, wikimediafoundation.org
The Wikimedia Foundation annual report
Archived
2018-03-16 at the
Wayback Machine
, wikimediafoundation.org
The Wikimedia Foundation bylaws
PDF (259 KB)
, wikimediafoundation.org
Financial statements 2004–2005–2006
PDF (90.2 KB)
, upload.wikimedia.org
অন্যান্য
সম্পাদনা কৰক
Wikimedia-pedia
, knowledge-base, strategy.wikimedia.org
Public Record for Wikimedia Foundation Inc.
, Division of Corporations – Florida Department of State, sunbiz.org
The Wikimedia Foundation
profile at
Charity Navigator
, charitynavigator.org
Sheldon Rampton's WikiEN-l post
, mail.wikipedia.org
en.Wikizine.org
Archived
2009-07-01 at the
Wayback Machine
(An independent internal news bulletin for the members of the Wikimedia community)
প্ৰ
ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ
প্ৰকল্পসমূহ
ৱিকিপিডিয়া
ৱিকিউৎস
ৱিকিমিডিয়া কমন্স
ৱিক্সনেৰী
ৱিকিবুক্‌ছ
‎  •
ৱিকি নিউজ
ৱিকিউদ্ধৃতি
ৱিকিস্পিচিজ
ৱিকিভাৰ্চিটী
অসমীয়া ভাষাত উপলদ্ধ প্ৰকল্পসমূহ
অসমীয়া ৱিকিপিডিয়া
ৱিকিউৎস
ৱিকিমিডিয়া কমন্স
অসমীয়া ৱিকিউদ্ধৃতি
প্ৰ
ৱিকিপিডিয়া
Overview
(outline)
চেন্সৰশ্বিপ
উদ্ধৃতিৰ প্ৰয়োজন
Conflict-of-interest editing
Criticism
gender bias
ideological bias
racial bias
Deletionism and inclusionism
Ignore all rules
MediaWiki
Notability
Reliability
Vandalism
Predictions of the project's end
সম্প্ৰদায়
Administrators
AfroCrowd
Arbitration Committee
Art+Feminism
বট
Lsjbot
এডিটাথন
ৱিকিপিডিয়াসমূহৰ তালিকা
The Signpost
Wikipedian in residence
WikiConference North America
ৱিকিমেনিয়া
WikiProject
Women in Red
People
Florence Devouard
Sue Gardner
James Heilman
Katherine Maher
Magnus Manske
Erik Möller
Ira Brad Matetsky
লেৰী ছেংগাৰ
María Sefidari
লাইলা ট্ৰেটিক'ভ
জিম্মী ৱেলছ
ৱিকিপিডিয়ান
Wikimedian of the Year
History
Bomis
Logo
Controversies
U.S. Congressional staff edits
Essjay controversy
Seigenthaler biography incident
Henryk Batuta hoax
Jar'Edo Wens hoax
Internet Watch Foundation
Scientology
Italian Wikipedia blackout
English Wikipedia blackout
Hillsborough Wikipedia posts
MyWikiBiz
ভিজুৱেলএডিটৰ
#1Lib1Ref
Coverage of American politics
Response to the COVID-19 pandemic
Honors
2008 Quadriga award
Wikipedia Monument
2015 Erasmus Prize
2015 Princess of Asturias Award
References
and analysis
Cultural
Bibliography
Films
Academic studies
Listen to Wikipedia
Wiki-Watch
Wikipediocracy
WikiScanner
Wikipedia Review
Mobile access
Apps
QRpedia
Wapedia
WikiNodes
ৱিকিপিডিয়া জিৰ’
ৱিকিৱাণ্ড
Content use
Books LLC
Boundless (company)
DBpedia
Deletionpedia
Kiwix
WikiReader
Science information
Health information
Similar projects
Interpedia
নুপিডিয়া
Citizendium
Enciclopedia Libre Universal en Español
Everipedia
Veropedia
List of online encyclopedias
List of wikis
Related
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱিকিমিডিয়া আন্দোলন
The Iraq War: A Historiography of Wikipedia Changelogs
Print Wikipedia
Magna Carta (An Embroidery)
274301 Wikipedia
Viola wikipedia
দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া
তালিকা
শ্ৰেণী
স্থানাংক
37°47′13″N
122°23′59″W
 / 
37.786971°N 122.399677°W
 /
37.786971; -122.399677
"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
শৈক্ষিক প্ৰতিষ্ঠান
অব্যৱসায়িক সংস্থা
অদৃশ্য শ্ৰেণীসমূহ:
তথ্যসূত্ৰৰ ত্ৰুটি থকা পৃষ্ঠা
অনা অসমীয়া ভাষাত বাহ্যিক সংযোগ থকা প্ৰবন্ধ
Webarchive template wayback links
Pages containing cite templates with deprecated parameters
Pages using ISBN magic links
উদ্ধৃতিৰ প্ৰয়োজন থকা প্ৰবন্ধ
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
বিষয় যোগ কৰক