গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ - অসমীয়া ৱিকিপিডিয়া
সমললৈ যাওক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
XXXI অলিম্পিয়াডৰ গেমছ
আয়োজক চহৰ
ৰিঅ' ডি জেনেৰিঅ'
ব্ৰাজিল
নীতিবাক্য
এখন নতুন বিশ্ব
পৰ্তুগীজ
ওম মুণ্ডো ন'ভ'
অংশগ্ৰহণকাৰী দেশ
২০৭
অংশগ্ৰহণকাৰী ক্ৰীড়াবিদ
১১,৫৫১
ঘটনাৱলী
২৮ প্ৰকাৰ
ক্ৰীড়া
ৰ ৩০৬ টা
উদ্বোধনী অনুষ্ঠান
৫ আগষ্ট
সমাপন সমাৰোহ
২১ আগষ্ট
আনুষ্ঠানিক উদ্বোধক
উপ ৰাষ্ট্ৰপতি
মিছেল টেমেৰ
ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে
ক্ৰীড়াবিদৰ শপত
ৰবাৰ্ট ষ্কেইডট
বিচাৰকৰ শপত
মাৰ্টিনহো ন'ব্ৰে
প্ৰশিক্ষকৰ শপত
এড্ৰিয়ানা ছাণ্টছ
অলিম্পিক শিখা
ভেণ্ডাৰলি কৰ্ডেইৰ' ডে লিমা
খেলপথাৰ
মাৰাকাণা ষ্টেডিয়াম
ধাৰাবাহিক অংশ
২০১৬ গ্ৰীষ্মকালীন অলিম্পিক
Bid process
bid details
বিকাশ
স্থানসমুহ
শিখা সমদল
Marketing
mascots
সম্প্ৰচাৰণকৰ্তা
উদ্বোধনী অনুষ্ঠান
পতাকা বাহকসকল
Chronological summary
পদক তালিকা
পদক বিজয়ীসকল
Controversies
বিশ্ব আৰু অলিম্পিক অভিলেখ
সমাপন সমাৰোহ
flag bearers
পেৰা অলিম্পিক
আইঅ'চি
চিঅ'বি
ROCOG
প্ৰ
গ্ৰীষ্মকালীন অলিম্পিক ২০১৬
পৰ্তুগীজ
Jogos Olímpicos de Verão de 2016
),
আনুষ্ঠানিকভাৱে
৩১তম অলিম্পিয়াডৰ গেমছ
আৰু সাধাৰণভাৱে
ৰিঅ' ২০১৬
নামে পৰিচিত ই হৈছে এক আন্তৰ্জাতিক
বহু-ক্ৰীড়া প্ৰতিযোগিতা
যি ব্ৰাজিলৰ
ৰিঅ' ডি জেনেৰিঅ'
চহৰত ৫ আগষ্টৰ পৰা ২১ আগষ্ট ২০১৬ তাৰিখলৈকে অনুষ্ঠিত হ'ব। অভিলেখ সংখ্যক দেশ পদক সংগ্ৰহৰ বাবে অপেক্ষা কৰিছে। এইবাৰৰ প্ৰতিযোগিতাত
কছোভো
তথা
দক্ষিণ ছুডান
সহ ২০৬ খন
জাতীয় অলিম্পিক সমিতি
ৰ (এনঅ'চি) পৰা ১০,৫০০ জনতকৈও অধিক ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিছে।
আন্তৰ্জাতিক অলিম্পিক কমিটি
য়ে ২০০৯ চনত সংযুক্ত কৰা
ৰাগবি ছেভেন্ছ
তথা
গলফ
সহ এই প্ৰতিযোগিতাত মুঠ ২৮টা অলিম্পিক ক্ৰীড়াৰ ৩০৬টা ইভেন্ট অনুষ্ঠিত হ'ব।
ক্ৰীড়া প্ৰতিযোগিতাসমুহ আয়োজনৰ বাবে আয়োজক চহৰ ৰিঅ' দি জেনেৰিঅ'ৰ ৩৩টা স্থান আৰু অতিৰিক্ত হিচাপে ব্ৰাজিলৰ সৰ্ব বৃহৎ চহৰ
ছাও পাওলো
, ৰাজধানী চহৰ
ব্ৰাছিলিয়া
মানাওছ
আৰু
ছালভাদোৰ
চহৰৰ ৫টা স্থান নিৰ্বাচন কৰা হৈছে।
২০০৯ চনৰ ২ অক্টোবৰত ডেনমাৰ্কৰ কোপেনহেগেনত অনুষ্ঠিত
১২১তম আইঅ'চি ছেছন
ৰ সভাত ৰিঅ' দি জেনেৰিঅ'ক আয়োজক চহৰ হিচাপে ঘোষণা কৰা হয়। আয়োজক চহৰ হিচাপে নাম উত্থাপিত অন্য চহৰসমুহ হৈছে মাদ্ৰিদ, স্পেইন; চিকাগো, যুক্তৰাষ্ট্ৰ; টকিঅ', জাপান। ৰিঅ'
দক্ষিণ আমেৰিকা
মহাদেশৰ প্ৰথম অলিম্পিক প্ৰতিযোগিতাৰ আয়োজক চহৰ তথা লেটিন আমেৰিকাৰ দ্বিতীয়। ইয়াৰ আগেয়ে
গ্ৰীষ্মকালীন অলিম্পিক ১৯৬৮
লেটিন আমেৰিকাৰ মেক্সিক' চহৰত অনুষ্ঠিত হৈছিল।
নিলাম নিষ্পত্তি
সম্পাদনা কৰক
ক্ৰীড়াসমুহ
সম্পাদনা কৰক
২০১৬ গ্ৰীষ্মকালীন অলিম্পিকৰ ক্ৰীড়াসমুহ
একুৱেটিকছ
ডাইভিং
(৮)
মাৰাথন সাঁতোৰ
(২)
সাঁতোৰ
(৩২)
ছিংক্ৰনাইজড সাঁতোৰ
(২)
ৱাটাৰ প’ল’
(২)
ধনু খেল
(৪)
এথলেটিকছ
(৪৭)
বেডমিণ্টন
(৫)
বাস্কেটবল
(২)
মুষ্টিযুদ্ধ
(১৩)
কেনয়িং
স্প্ৰিণ্ট
(১২)
স্লাল’ম
(৪)
চাইক্লিং
প্ৰতিযোগীসকল
বি.এম.এক্স ৰেচিং
(২)
মাউণ্টেইন বাইকিং
(২)
ৰোড
(৪)
ট্ৰেক
(১০)
ইকুয়েষ্টেৰিয়ান
ড্ৰেছেজ
(২)
ইভেণ্টিং
(২)
জাপ
(২)
ফেঞ্চিং
(১০)
ফিল্ড হকী
(২)
ফুটবল
(২)
গ’ল্ফ
(২)
জিমনাষ্টিকছ
আৰ্টিষ্টিক
(১৪)
ৰিডমিক
(২)
ট্ৰেম্পলাইন
(২)
হেণ্ডবল
(২)
জুডু
(১৪)
মডাৰ্ণ পেণ্টাথলন
(২)
ৰ’ৱিং
(১৪)
ৰাগবি ছেভেন
(২)
ছেইলিং
(১০)
শ্বুটিং
(১৫)
টেবুল টেনিছ
(৪)
টাইকোৱানডু
(৮)
টেনিছ
(৫)
ট্ৰাইথলন
(২)
ভলিবল
ভলিবল
(২)
বিছ ভলিবল
(২)
ভাৰোত্তোলন
(১৫)
মল্লযুঁজ
ফ্ৰী ষ্টাইল
(১২)
গ্ৰেকো-ৰোমান
(৬)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক
The
Brazilian Portuguese
pronunciation is
[ˈʒɔgos
ɔlimˈpikus
dʒi
vɛˈɾɐ̃w
dʒi
ˈdojz
ˈmiw
dʒezeˈsejz]
, in Brazil's standard pronunciation.
2.0
2.1
"About Rio 2016 Summer Olympics"
Rio 2016 Olympics Wiki
। আহৰণ কৰা হৈছে: 31 October 2015
"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ
Pages with plain IPA
গ্ৰীষ্মকালীন অলিম্পিক ২০১৬
গ্ৰীষ্মকালীন অলিম্পিক গেমচ
২০১৬ত বহু-ক্ৰীড়া প্ৰতিযোগিতা
অদৃশ্য শ্ৰেণী:
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
গ্ৰীষ্মকালীন অলিম্পিক ২০১৬
বিষয় যোগ কৰক
US