জিম্মী ৱেল্‌ছ - অসমীয়া ৱিকিপিডিয়া
সমললৈ যাওক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
জিম্মী ৱেল্‌ছ
২০১৬ চনৰ
ৱিকিমেনিয়া
সন্মিলনত জিম্মী ৱেল্‌ছ
জন্ম
জিম্মী ডনেল ৱেল্‌ছ
৭ আগষ্ট
, ১৯৬৬ (৫৯ বছৰ)
হাণ্টছভিল,
আলাবামা
আমেৰিকা যুক্তৰাষ্ট্ৰ
বাসগৃহ
চেইণ্ট পিটাৰচবাৰ্গ,
ফ্লৰিডা
, আমেৰিকা যুক্তৰাষ্ট্ৰ
অন্য নাম
জিম্ব'
শিক্ষানুষ্ঠান
অ’বাৰ্ণ বিশ্ববিদ্যালয়
ইউনিভাৰচিটি অৱ আলবামা
ইণ্ডিয়ানা ইউনিভাৰচিটি ব্লুমিংটন
পেচা
ইণ্টাৰনেট শিল্পদ্যোগী
পদবী
সভাপতি, ৱিকিয়া আই এন চি (২০০৪–বৰ্তমানলৈ)
ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ
চেয়াৰমেন (জুন ২০০৩ – অক্টোবৰ ২০০৬)
চেয়াৰমেন এমেৰিটাচ,
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
(অক্টোবৰ ২০০৬ৰ পৰা–বৰ্তমানলৈ)
উত্তৰসূৰী
ফ্ল’ৰেন্স দেভৱাৰ্ড
বোৰ্ডৰ সদস্য
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ক্ৰিয়েটিভ কমনছ
ছচিয়েলটেক্সট
চানলাইট ফাউণ্ডেশ্যন
(উপদেষ্টা মণ্ডলী)
এম আই টি চেণ্টাৰ ফৰ কালেক্টিভ ইণ্টেলিজেঞ্চ (উপদেষ্টা মণ্ডলী)
চিভিল নেশ্যন
বঁটা, সন্মান, পুৰস্কাৰ আদি
ইএফএফ পায়নিয়াৰ এৱাৰ্ড (২০০৬)
বিজনেজ প্ৰছেচ এৱাৰ্ড (২০০৮)
দ্য গ্লোবেল ব্ৰেণ্ড আইকন অফ দ্য ইয়াৰ এৱাৰ্ড (২০০৮)
গোটিলেব ডাটৱেয়েইলাৰ প্ৰাইজ (২০১০)
ৱেবছাইট
www
.jimmywales
.com
জিম্মী ডনেল ৱেল্‌ছ
ওৰফে
জিম্ব' ৱেল্‌ছ
ইংৰাজী
Jimmy Wales
)-ৰ জন্ম ১৯৬৬ চনৰ আগষ্ট মাহৰ ৭ তাৰিখে হৈছিল।
জিম্মী এগৰাকী আমেৰিকান
ইণ্টাৰনেট
শিল্পদ্যোগী (entrepreneur), কিন্তু তেওঁ বিশেষকৈ অনলাইন মুক্ত তথ্যকোষ
ৱিকিপিডিয়া
আৰু
ৱিকি
কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক আৰু পৃষ্ঠপোষক হিচাপে বিশ্বব্যাপি বিখ্যাত হৈ পৰিছে।
জন্ম আৰু শিক্ষা
সম্পাদনা কৰক
জিম্মী ৱেল্‌ছৰ জন্ম হৈছিল
আমেৰিকা যুক্তৰাষ্ট্ৰ
ৰ আলবামাৰ হাণ্টছভিলত। তাতেই তেওঁ ৰাণ্ডল্ফ বিদ্যালয়ৰ নাম ভৰ্ত্তি কৰি আনুষ্ঠানিক শিক্ষাৰ আৰম্ভ কৰিছিল আৰু বিত্ত বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ উপাধি লাভ কৰে। তেওঁৰ দেউতাকৰ নাম জিম্মী,
আৰু মাতৃৰ নাম ডৰিছ। আইতাকৰ নাম এৰমা।
স্নাতক শ্ৰেণীত থকাৰ সময়ত জিম্মীয়ে দুখন বিশ্ববিদ্যালয়ত পঢ়িছিল। পিছত তেওঁ বিত্ত ক্ষেত্ৰত চাকৰি গ্ৰহণ কৰে আৰু এখন বিশ্ববিদ্যালয় শিক্ষা অসম্পূৰ্ণ অৱস্থাতে ত্যাগ কৰি কেইটামান বছৰ ছিকাগোৰ ফিউচাৰছ আৰু অপশ্যনচ ফাৰ্মত (Chicago futures and options firm) ৰিচাৰ্চ ডাইৰেক্টৰৰ পদ অলংকৃত কৰে।
ৱিকিপিডিয়াৰ প্ৰতিষ্ঠা
সম্পাদনা কৰক
১৯৯৬ চনত তেওঁ দুজন সহযোগীৰ সহায়ত বোমিচ নামেৰে এটা পুৰুষসকলৰ বিনোদন আৰু প্ৰাপ্তবয়স্ক বিষয়ক ৱেবপৰ্টেলৰ প্ৰতিষ্ঠা কৰে। এই
ৱেবছাইটৰ
পৰাই পৰৱৰ্তীকালত উদ্ভুত বিশ্বকোষ
নুপিডিয়া
(২০০০-২০০৩) আৰু তাৰ উত্তৰসূৰী ৱিকিপিডিয়াৰ প্ৰাথমিক অৰ্থসংস্থান হৈছিল।
২০০১ চনত জিম্মী ৱেল্‌ছ আৰু
লেৰী ছেংগাৰে
ৱিকিপিডিয়া মুকলি কৰে।
ছেগাৰে
ৱিকি
(সহযোগিতামূলক
ৱেবচাইট
সৃষ্টি কৰিব পৰা এটা প্ৰযুক্তি,
হাৱাইয়ান
শব্দ
wiki
ৰ পৰা যাৰ অৰ্থ হৈছে "ক্ষিপ্ৰ") আৰু
encyclo
pedia
শব্দ দুটা মিলাই
Wikipedia
শব্দটোৰ উদ্ভাৱন কৰে।
10
ব্যক্তিগত জীৱন
সম্পাদনা কৰক
জিম্মী ৱেল্‌ছে ২০১১ চনলৈ দুবাৰ বিবাহ কৰিছে। তেওঁৰ দ্বিতীয়া স্ত্ৰী ক্ৰিষ্টিনাৰ গৰ্ভত তেওঁৰ এজনী কন্যা জন্ম হৈছে। ৱেল্‌ছে নিজকে বস্তুবাদী আৰু কিছু পৰিমাণে উদাৰনীতিবাদী বুলি ব্যক্ত কৰে। তেওঁৰ সৃষ্ট ৱিকিপিডিয়া বিশ্বৰ বৃহত্তম বিশ্বকোষলৈ পৰিণত হৈছে।
টাইম পত্ৰিকা
ই তেওঁলোকৰ ২০০৬ চনৰ বিশ্বৰ সবাতোকৈ প্ৰভাৱশালী ব্যক্তিসকলৰৰ নামৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰে।
প্ৰকাশিত কৰ্মাৱলী
সম্পাদনা কৰক
Brooks, Robert; Jon Corson, Jimmy Donal Wales (1994).
"The Pricing of Index Options When the Underlying Assets All Follow a Lognormal Diffusion"
Advances in Futures and Options Research
খণ্ড
Wales, Jimmy; Andrea Weckerle (December 31, 2008), "Foreword", in Fraser, Matthew; Dutta, Soumitra,
Throwing Sheep in the Boardroom: How Online Social Networking Will Transform Your Life, Work and World
(প্ৰথম সম্পাদনা), Wiley,
ISBN
0470740140
OCLC
233939846
Wales, Jimmy; Andrea Weckerle (January 8, 2009).
"Commentary: Create a tech-friendly U.S. government"
CNN.com
. Archived from
the original
on August 16, 2011
Wales, Jimmy; Andrea Weckerle (February 10, 2009), "Foreword", in Powell, Juliette,
33 Million People in the Room: How to Create, Influence, and Run a Successful Business with Social Networking
(প্ৰথম সম্পাদনা), Financial Times Press,
ISBN
0137154356
OCLC
244066502
Wales, Jimmy; Andrea Weckerle (March 3, 2009), "Foreword", in Weber, Larry,
Marketing to the Social Web: How Digital Customer Communities Build Your Business
(২য় সম্পাদনা), Wiley,
ISBN
0470410973
OCLC
244060887
Wales, Jimmy (March 17, 2009), "Foreword", in Lih, Andrew,
The Wikipedia Revolution: How a Bunch of Nobodies Created the World's Greatest Encyclopedia
(প্ৰথম সম্পাদনা), Hyperion,
ISBN
1401303714
OCLC
232977686
Wales, Jimmy; Andrea Weckerle (March 30, 2009).
"Most Define User-Generated Content Too Narrowly"
Advertising Age
খণ্ড
80
. Archived from
the original
on July 18, 2012
। আহৰণ কৰা হৈছে: January 11, 2012
Wales, Jimmy; Andrea Weckerle (December 28, 2009).
"Keep a Civil Cybertongue"
The Wall Street Journal
(Dow Jones & Company)
তথ্যসূত্ৰ
সম্পাদনা কৰক
McGlaughlin, Buddy (January 10, 2011).
"Wikipedia founder Jimmy Wales, a Huntsville native and Auburn grad, not resting as website turns 10"
The Huntsville Times
। আহৰণ কৰা হৈছে: December 2, 2011
"Board of Directors"
CiviliNation website
. Archived from
the original
on August 3, 2011
। আহৰণ কৰা হৈছে: February 19, 2011
"Jimmy Wales"
Encyclopædia Britannica
. July 16, 2014
। আহৰণ কৰা হৈছে: January 30, 2015
"Jimmy Wales – Researcher's Note"
Encyclopædia Britannica
. July 16, 2014
। আহৰণ কৰা হৈছে: January 30, 2015
Rogoway, Mike (July 27, 2007).
"Wikipedia & its founder disagree on his birth date"
Silicon Forest
। আহৰণ কৰা হৈছে: October 31, 2008
"Wikipedia: 50 languages, ½ million articles"
Wikimedia Foundation Press Release
Wikimedia Foundation
. April 25, 2004
। আহৰণ কৰা হৈছে: April 10, 2009
The Wikipedia project was founded in January 2001 by Internet entrepreneur Jimmy Wales and philosopher Larry Sanger,
" quoted from April 25, 2004 first-ever press release issued by the Wikimedia Foundation.
"Wikipedia, the free encyclopedia, reaches its 100,000th article"
Wikipedia Press Release
. Wikipedia. January 21, 2003
। আহৰণ কৰা হৈছে: April 10, 2009
6.0
6.1
"Brain scan: The free-knowledge fundamentalist"
The Economist
. June 5, 2008
। আহৰণ কৰা হৈছে: December 26, 2017
Kazek, Kelly (August 11, 2006).
"Geek to chic: Wikipedia founder a celebrity"
The News Courier
. Archived from
the original
on March 20, 2008
. "Doris Wales's husband, Jimmy, wasn't sure what she was thinking when she bought a World Book Encyclopedia set from a traveling salesman in 1968."
Pink, Daniel H. (March 13, 2005).
"The Book Stops Here"
Wired
খণ্ড
13
(3). Archived from
the original
on March 4, 2005
। আহৰণ কৰা হৈছে: October 31, 2008
Mike Miliard (2008-03-01).
"Wikipediots: Who Are These Devoted, Even Obsessive Contributors to Wikipedia?"
Salt Lake City Weekly
. Archived from
the original
on 2012-10-11
। আহৰণ কৰা হৈছে: 2008-12-18
“wiki” in the Hawaiian Dictionary, Revised and Enlarged Edition, University of Hawaii Press, 1986
বাহ্যিক সংযোগ
সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত
জিম্মী ৱেলছ
সম্পৰ্কীয় মিডিয়া ফাইল আছে।
Jimmy Wales
, Wales' official blog
Jimmy Wales
' Wikipedia userpage
এক্সত
Jimmy Wales
জিম্মী ৱেল্‌ছ
সম্পৰ্কে
ইণ্টাৰনেট মুভি ডাটাবেছত
থকা তথ্য।
জিম্মী ৱেল্‌ছ
টেড সন্মিলনত
জিম্মী ৱেল্‌ছ
ছাৰ্লি ৰ’জত
জিম্মী ৱেল্‌ছ
সংগ্ৰহিত বাতৰি আৰু মন্তৱ্য
দ্যা গাৰ্জেনত
জিম্মী ৱেল্‌ছ
সম্পৰ্কে সংগ্ৰহিত বাতৰি আৰু মন্তৱ্য
দ্যা নিউয়ৰ্ক টাইমছ
ৰ সৌজন্যত
Wikipedia:Role of Jimmy Wales
ইংৰাজী ৱিকিপিডিয়া
ত জিম্মী ৱেল্‌ছৰ ভূমিকা
ভিডিঅ’ সংযোগ
Jimmy Wales (2006).
Video Presentation by Jimmy Wales
(ogg vorbis)
(152Mb). Wikipedia Academy. Event occurs at 58 minutes
. Retrieved
October 31,
2008
Audio of interview with Wales about Wikipedia
on EconTalk podcast, March 2009
Wikipedia Founder Jimmy Wales Interviewed by MacArthur President Jonathan Fanton
ইউটিউবত
, April 9, 2009
Jimmy Wales interviewed by Raju Narisetti
for
The Washington Post
s On Leadership series, December 1, 2009
Atlantic Community: The Wiki Way to Create Change in Global Politics
Archived
2011-12-23 at the
Wayback Machine
Jimmy Wales is interviewed by Joerg Wolf (Atlantic Community). He advocates for the importance of think-tanks in finding solutions to global problems, February 23, 2010
"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি
ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ব্যক্তি
অদৃশ্য শ্ৰেণীসমূহ:
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
Pages containing cite templates with deprecated parameters
Webarchive template wayback links
জিম্মী ৱেল্‌ছ
বিষয় যোগ কৰক